ৰুণিমাৰ সাফল্য-মানসী শৰ্মা
“অ’ মাজনী তই এতিয়াই কাকো একো নক’বি, মই এঘণ্টাৰ ভিতৰত গৈ পাম। তই সকলোকে গোট খাবলৈ ক’লি নহয়। এতিয়া ফোনটো ৰাখিছো দে।” আজিহে ৰুণিমাৰ মনটো ভাল লাগিছে। এই দুই বছৰে নিজকে অপৰাধী যেন লাগি আছে। সকলোকে কথাখিনি খুলি ক’ব পাৰিলেহে তাই শান্তি পাব।তাইৰ মনটো দুই বছৰৰ আগৰ দিনবোৰলৈ ঘুৰি গ’ল। “তোৰ ভালনে মাজনী, কি হ’ল ? বৰ দুখত থকা যেন লাগিছে। খুলি কচোন।” তাই মাকক ক’লে… সকলো ক’লে, ৰক্তিমে যে একো নকৰে। সি বিজনেচ কৰে বুলি এনেয়ে ক’লে।সেয়া দেউতাকৰ হে
Read more