ক’লা ককাইৰ দুখ-প্ৰণীতা গোস্বামী বৰঠাকুৰ
ভমকা-ফুলীয়াই তিৰ্যক চাৱনিৰে ক’লা ককাইলৈ চালে, তোৰ দেখোন বছৰ চেৰেক হ’ল একে ঠাইতে আছ শিপা গজিল চাগে। নুবুজিবি ভনীটি তই মোৰ দুখ কিয় মাৰিছ খোঁচ এসময়ত আছিলোঁ বাটৰ লগৰী আজিহে নোপোছে মোক। তই হ’লি সাতাম পুৰুষীয়া চেহেৰাও নহয় ভাল, আধুনিক সমাজত তই এলাগী লৈ ফুৰাও টান। নক’বি হেৰৌ তেনেকৈ মোক আছিলোঁ আলাসৰ লাড়ু জ্যেষ্ঠজনেই লগ দিছিল মোক নবখানো এতিয়া আৰু। প্ৰতি খোজতে মই তেওঁক দিছিলোঁ মনত অপাৰ ভৰসা , মোৰ জোৰতেই তেওঁৰ খোজবোৰেও লৈছিল স্থিতপ্ৰজ্ঞতা। ‘ছাতি, লাঠি, তিয়নি নেৰিবি’ বুলি
Read more