আইদেউ  বাচত উঠিছে,মূল লেখক:ভাল্লিক্কান্নান,অনুবাদ-চিত্ৰলেখা দেৱী

(ভাল্লিক্কান্নান হৈছে  সাহিত্য একাডেমি বঁটা প্ৰাপক  প্ৰখ্যাত  তামিল সাহিত্যিক  আৰ.এচ.ৰামস্বামীৰ ছদ্মনাম।  তেখেতৰ  এই গল্পটো  বৰ্তমান SEBA ৰ  দশম শ্ৰেণীৰ ইংৰাজীৰ পাঠৰ অন্তৰ্ভুক্ত  Madam Rides the Bus ৰ পৰা অসমীয়ালৈ ভাবানুবাদ  কৰা হৈছে  । তামিল ভাষাৰপৰা গল্পটো কে.এচ.সুন্দৰমে ইংৰাজী ভাষালৈ অনুবাদ কৰিছে ।)                           (১ম  অংশ)                         ইয়াত ভাল্লিয়াম্মাই নামৰ এজনী ছোৱালীৰ কথা ক’বলৈ লৈছো যাক চমুকৈ ‘ভাল্লি’ বুলি মতা হয়।তাইৰ বয়স আঠ বছৰ আৰু যিকোনো বিষয়তে তাই বৰ কৌতূহলী।নিজৰ ঘৰৰ আগফালৰ দুৱাৰ মুখত থিয় দি বাটৰ ফালে কি কি ঘটিছে তাক

Read more

ইকিগাই-কুঞ্জ খাউণ্ড

গ্ৰন্থখনৰ নামটোৰ অৰ্থই হ’ল দীৰ্ঘায়ু আৰু সুখী জীৱনৰ জাপানী ৰহস্য। আমাৰ মনত অলপো সন্দেহ নাই যে   জাপানেই হৈছে বিশ্বৰ দীৰ্ঘ জীৱন লাভ কৰা ব‍্যক্তিসকলৰ অন‍্যতম হোতা। মই এটি থুলমূল আভাষেৰে আলোকপাত কৰিবলৈ লোৱা কিতাপখনৰ নাম হ’ল  ‘ইকিগাই’। যিখন কিতাপ পৃথিৱীৰ ৬০ টাতকৈও অধিক ভাষালৈ অনুদিত হৈছে। কিতাপখনৰ লেখক হ’ল-হেক্টৰ গাৰ্চিয়া আৰু ফ্ৰান্সেক মিৰালেছ। অসমীয়ালৈ সুন্দৰ অনুবাদ কৰিছে ড০ কুল কমল সেনাপতিয়ে, তেখেতলৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো। ‘ইকিগাই’ হ’ল এটা জাপানী শব্দ। অন্যান্য দেশৰ তুলনাত জাপানীসকলৰ দীৰ্ঘ জীৱনৰ সৈতে জড়িত হৈ

Read more

এটুকুৰা বগা দাগ-গীতামণি দত্ত

নিজৰাহঁত আজি যোৰহাটলৈ আহিছে ।খুড়াকৰ ছোৱালী দীপাৰ বিয়া।জোৰণ আৰু বিয়া একেদিনাই পৰিছে।সেয়েহে নিজৰাহঁতে পুৱাই গোলাঘাটৰপৰা আহি যোৰহাট পালেহি।সোনকালে নাহিলে নহয় কাৰণ এদিনীয়া বিয়া,জোৰণ  পিন্ধোৱাৰ সময় বাৰটা বজাৰ আগতেই। নিজৰাৰ আহিবলৈ অকণো ইচ্ছা নাছিল।মাক ৰমলাইহে তাইক বুজাই বঢ়াই জোৰ কৰি লৈ আহিছে।নিজৰাই দীপাক খুব মৰম কৰে । তথাপি তাইৰ বিয়াখনলৈ আহিবলৈ অকণো ইচ্ছা নাছিল। আজি দহ বছৰে নিজৰাই বিয়া-সবাহ ক’তো যোগদান কৰা নাই।কেৱল স্কুললৈ যোৱা আৰু ৰাতুলক চোৱা-চিতা কৰাটোৱেই তাইৰ জীৱন।মাকে জোৰ কৰিলত নিজৰাই দীপাৰ বিয়ালৈ নহাকৈ থাকিব নোৱাৰিলে।অৱশ্যে বিয়াঘৰত উপস্থিত

Read more

মধ্য ভিয়েটনামত কিছুদিন-  ৰঞ্জনা দত্ত

** হুৱে ( Hue) , দা নাঙ( Da nang) আৰু হ’ই এন ( Hoi ann)    “নানা দেশ ফুৰে যি,নানা কথা শিকে সি।” মই নিজকে যথেষ্ট সৌভাগ্যবান বুলি ভাবোঁ যে জীৱনত মই পৃথিৱীৰ ভিন্ন ভিন্ন প্ৰান্ত দেখিবলৈ পাইছো।সঁচাই বিচিত্ৰ এই পৃথিৱীৰ ভিন্ন ভিন্ন প্ৰান্তৰ প্ৰাকৃতিক শোভা।চলিত বৰ্ষৰ ১৭ এপ্ৰিল তাৰিখে প্ৰকাশিত হৈ যোৱা ‘শব্দচিত্ৰ ই- আলোচনী’ ৰে দ্বিতীয় সংখ্যাত প্ৰকাশ কৰিছিলো মোৰ এক ভ্ৰমণ কাহিনী “ভিয়েটনাম ভ্ৰমণৰ বাখৰুৱা স্মৃতি”(হানয়ৰ আশে পাশে)।প্ৰকৃতিৰ কোলাত পালিত হানয়ত কটোৱা ৫ দিনৰ স্মৃতি মোৰ মানসপটত সদায়

Read more

শৰতৰ মালিতা-ভানু বেজবৰুৱা 

শৰত ,  য’ত উটি ফুৰে সুবাস গান গায় জাক জাক শৰালিয়ে, প্ৰকৃতিয়ে পিন্ধে  শ্যামল  সাজ সোণোৱালী  হেঁপাহৰ  বুটা বাচি ৷ স্নিগ্ধ  জোনাকত  বহি তৰাই  বুটা  বাচে  নীলিম চাদৰত , বতাহে  গুণগুণাই  বাগেশ্ৰী তাৰেই  ৰাগীত হয় কঁহুৱা  বাউলী শুকুলা  সাজেৰে  নাচে  প্ৰাণঢালি ৷ শেষৰাতি  উচুপি উঠে  শেৱালিয়ে দূৱৰিৰ  দলিচাত  উবুৰি খাই পৰি গালে মুখে নিয়ৰৰ মুকুতা সানি সাৱটি  ধৰে  দূৱৰিয়ে…… শেৱালি , দূৱৰি , নিয়ৰ , কঁহুৱাই আনে  শৰতক  আদৰি আলফুল , আমোলমোল জ্বলমল  জ্বলমল…… শৰতে  সিঁচি  দিয়ে প্ৰাণে  প্ৰাণে  জনে

Read more

আইদেউ  বাচত উঠিছে,মূল লেখক:ভাল্লিক্কান্নান,অনুবাদ-চিত্ৰলেখা দেৱী

(ভাল্লিক্কান্নান হৈছে  সাহিত্য একাডেমি বঁটা প্ৰাপক  প্ৰখ্যাত  তামিল সাহিত্যিক  আৰ.এচ.ৰামস্বামীৰ ছদ্মনাম।  তেখেতৰ  এই গল্পটো  বৰ্তমান SEBA ৰ  দশম শ্ৰেণীৰ ইংৰাজীৰ পাঠৰ অন্তৰ্ভুক্ত  Madam Rides the Bus ৰ পৰা অসমীয়ালৈ ভাবানুবাদ  কৰা হৈছে  । তামিল ভাষাৰপৰা গল্পটো কে.এচ.সুন্দৰমে ইংৰাজী ভাষালৈ অনুবাদ কৰিছে ।)                           (১ম  অংশ)                         ইয়াত ভাল্লিয়াম্মাই নামৰ এজনী ছোৱালীৰ কথা ক’বলৈ লৈছো যাক চমুকৈ ‘ভাল্লি’ বুলি মতা হয়।তাইৰ বয়স আঠ বছৰ আৰু যিকোনো বিষয়তে তাই বৰ কৌতূহলী।নিজৰ ঘৰৰ আগফালৰ দুৱাৰ মুখত থিয় দি বাটৰ ফালে কি কি ঘটিছে তাক

Read more

পাৰিপাৰ্শ্বিক ভাৰসাম্যতাৰ ইটো-সিটো আৰু জৈৱ সংৰক্ষণৰ প্ৰয়োজনীয়তা-জয়ন্ত গগৈ

প্ৰকৃতিয়ে নিৰংকুশভাৱে পৃথিৱীখন বৰ্ণিল ৰূপেৰে সজাই তুলিছে। ভৌগোলিক অৱস্থান, পাৰিপাৰ্শ্বিক পৰিৱেশৰ ওপৰত ভিত্তি কৰি পৃথিৱীৰ পৰিৱেশক প্ৰধানতঃ  চাৰিটা মণ্ডলত বিভক্ত কৰিছে। এই মণ্ডলবোৰ হ’ল স্থলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল আৰু জীৱমণ্ডল। জীৱমণ্ডলে পৃথিৱীৰ জীৱ, অৰ্থাৎ উদ্ভিদ আৰু প্ৰাণী থকা অংশবোৰকে সামৰি লয়। পৃথিৱীৰ জীৱ থকা অংশবোৰ হৈছে স্থলপৃষ্ঠ,স্থলভাগৰ কিছু মিটাৰ গভীৰতা লৈ বিয়পি থকা অংশ, সাগৰ মহাসাগৰ আৰু বায়ুমণ্ডলৰ চৰাই-চিৰিকতি  আৰু কীট-পতংগ উৰি ফুৰা অংশ। জীৱমণ্ডলত এতিয়ালৈকে ১.৭৫ নিযুত উদ্ভিদ আৰু প্ৰাণী জাতি চিনাক্ত কৰা হৈছে। পৃথিৱীৰ এই চাৰিটা মণ্ডল পৰস্পৰ নিৰ্ভৰশীল।

Read more

কাতি বিহু: লোকবিশ্বাস আৰু বৈজ্ঞানিক দৃষ্টিভংগী-সমীৰণ শৰ্মা

আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা কাতি বিহু পালন কৰা হয়। কাতি বিহুৰ দিনা সমগ্ৰ অসমীয়াই তুলসী গছৰ পুলি ৰোৱে আৰু গধূলি সেই তুলসীজোপাৰ তলত চাকি-বন্তি জ্বলায়। আচলতে ঘৰে ঘৰে ৰোৱা সেই তুলসীজোপাৰ তলত গোটেই মাহ জুৰি চাকি-বন্তি জ্বলায়। কাতি বিহুৰ দিনাৰপৰা আকাশ বন্তিও জ্বলায় যাতে আকাশ বন্তিয়ে সমগ্ৰ অঞ্চল আলোকিত কৰি ৰোগ ব্যাধি নিবাৰণ কৰাৰ লগতে শস্য অনিষ্টকাৰী পোক-পৰুৱাবাৰ নাশ কৰে। ইয়াৰ উপৰি ধনৰ অধিষ্ঠাত্ৰী লক্ষ্মী দেৱীৰ স্তুতিৰ অর্থে কাতিবিহুৰ দিনা ভঁৰাল আৰু শস্য ক্ষেত্ৰত চাকি বন্তি জ্বলায় যাতে

Read more

সম্পাদকীয়

জয়জয়তে মই ‘শব্দচিত্ৰ—জীৱন জিজ্ঞাসা’ৰ লেখক, পাঠক আৰু সকলো কৰ্মকৰ্তাক সশ্ৰদ্ধ প্ৰণাম জনাইছোঁ। আমাৰ সুৱদী-সুৰীয়া অসমীয়া ভাষাটোৰ এটা নিজা লালিত্য আছে। যিটো পৃথিৱীৰ আন কোনো ভাষাতে পোৱা নাযায়। চাৰিটা আখৰ ক্ৰমে শ, ষ, স আৰু ‘ৱ’ৰ ব্যৱহাৰ লিখাতেই নহয়, উচ্চাৰণতো আন ভাষাত উদাহৰণ পাবলৈ নাই। প্ৰথমৰেপৰাই আমাৰ ভাষাটোৱে বহুখিনি ঠেকা-ঠুকলি খাইহে নিজৰ স্থিতি পাবলৈ সক্ষম হৈছে। ভালেমান গুণীলোকে ইয়াৰ বাবে আশাসুধীয়া প্ৰচেষ্টা চলাইছিল। প্ৰথমেই আমি নাম ল’ব লাগিব খৃষ্টান ধৰ্ম প্ৰচাৰৰ কাৰণে অহা আমেৰিকান বেপ্তিষ্ট মিছনেৰী নাথান ব্ৰাউনৰ। ১৮৩৬ খৃষ্টাব্দত শ্ৰদ্ধেয়

Read more

দৃষ্টিৰ ভাষা-হৰগোবিন্দ দাস

নিম্ন মধ্যবিত্ত পৰিয়ালৰ একাদশ শ্ৰেণীৰ ছাত্ৰী মনালিছাই কলেজৰ পৰা আহি মাকক ক’লে – “ মা, ছোৱালীবোৰ দেখিবলৈ ভাল হোৱাটোও অপৰাধ নেকি বাৰু?ৰাস্তাই- ঘাটে জুম পাতি থকা ল’ৰাবোৰে চিৰিয়াখানাৰ জীৱ-জন্তু চোৱা দি যেনেকৈহে চায়,কলেজতো একেই অৱস্থা।মই বৰ অশান্তি পাওঁ মা।” জীয়েকৰ কথা শুনি মাকৰ অতীতৰ স্মৃতিবোৰে যেন সাৰ পাই উঠিল।সেই সময়ত তায়ো কিছুমান মানুহৰ চাৱনিতেই নিজকে ধৰ্ষিতা হোৱা যেন অনুভৱ কৰিছিল।

Read more
1 61 62 63 64 65 81