গ্ৰীণ বুক :A movie that inspires you!-বিকাশ দত্ত
The Negro Motorist Green Book. এইখন এখন গাইড বুক, আফ্ৰিকান আমেৰিকান নাগৰিকৰ বাবে, যিসকলে আমেৰিকাৰ এখন ঠাইৰপৰা আন এখন ঠাইলৈ যাত্ৰা কৰিব বিচাৰে। আৰু ড° ডন ছাৰ্লিৰ মেনেজাৰে টনী লিপক সেইখন দিয়ে যাত্ৰাৰ দিনাখনেই ৰাতিপুৱা। টনী ভেলেলংগা এজন night bouncer। নিউয়ৰ্কৰ নাইট ক্লাব আৰু বাৰত সংঘটিত হোৱা কাজিয়া-পেচালৰ নিৰ্মূলৰ কামত নিয়োজিত টনী এগৰাকী ফেমিলী মেন। আচলতে পৰিচালক পিটাৰ ফেৰেইলীয়ে ভিগ’ মৰ্টেনচেনক চৰিত্ৰটোৰ বাবে বাচি লৈছিল তেওঁৰ সেই মুখাৱয়ৱ আৰু ইটালীয়ান আমেৰিকান সাদৃশ্যতাৰ বাবে। এগৰাকী আফ্ৰিকান আমেৰিকানৰ ৬০ ৰ দশকৰ সেই
Read more