ময়ুৰীৰ বিয়া-কুমকুম শৰ্মাবৰুৱা
ময়ুৰীৰ বিয়া ঠিক হৈছে।ল’ৰাজন অ’.এন.জি.চি.ৰ অভিযন্তা।স্বভাৱে-চৰিত্ৰই ল’ৰা ভাল।ঘৰখনৰ সকলোৱে স্বস্তিৰ নিশ্বাস পেলাইছে।উপযুক্ত বয়সত ছোৱালী উলিয়াই দিব পাৰিলে সকলোৱে ভাল পায়।গতিকে ময়ুৰীৰ মাক-দেউতাকে ভাল পোৱাটো স্বাভাৱিক।মাকে কিছু দুখো নকৰা নহয়।ময়ুৰী পেটমোচা আদৰুৱা ছোৱালী।ঘৰখন উদং হ’ব। ময়ুৰী আনন্দত উত্ৰাৱল হৈ উঠা নাই।তাইক দেখিলে কিবা উদাসীন হৈ মনটো মাৰি থকা যেনহে দেখি।ময়ুৰী ভিতৰি ভিতৰি এক আশংকাত ভুগিছে।ল’ৰাজনক তাই মাত্ৰ দুদিন অলপ অলপ সময়ৰ কাৰণেহে লগ পাইছে।ভয়ে-সংকোচে সোধা কথা কেইষাৰৰ উত্তৰ মাথোঁ দিছে। “চাকৰি এটা পাব লাগিব,নম্বৰ পাতি কেনেকুৱা….”…..ইত্যাদি ইত্যাদি। শদিয়াৰ ফালৰ এখন বৰ
Read more