শেষ পৰিণতি -পিকু শইকীয়া
“হে-ৰি আপুনিনো ইমানকৈ কি চিন্তা কৰিছে ?” “চিন্তা , কিনো চিন্তা কৰা দেখিলা তুমি ?” “হে-ৰি, আপুনি মোৰ পৰা লুকুৱাব নালাগে।মই সকলো বুজি পাওঁ।” “হে-ৰা ,চাওঁতে চাওঁতে আমি ঘৰৰ পৰা ওলাই অহা আজি এবছৰেই হ’ল।তথাপি কিন্তু সিহঁতে এবাৰো আমাৰ খবৰ এটাকে নল’লে।নাতিকেইটালৈ আজি বৰ মনত পৰিছে অ’।জানা,সিহঁতক এবাৰ চাবলৈ মোৰ মনটোৱে যে হাহাকাৰ কৰি উঠিছে।” “হে-ৰি আপুনি নিজৰ স্বাস্থ্যটোৰ কথা নাভাবে কিয়?এই বয়সত বৰকৈ চিন্তা কৰি নিজকে মনোকষ্ট নিদিবচোন। তাতে আপোনাৰ স্বাস্থ্যটোও বৰ ভাল নহয়।” “এৰা,তুমি
Read more