চি চি টিভি,মূলঃ অমিতাভ প্ৰামাণিক,অনুবাদ-মামণি কলিতা
আমাৰ প্ৰিয় বলাই দা সকলোৰে মাজত বুলা দা নামেৰে পৰিচিত।কাৰো হাতে-পাঁচে একোতে তেওঁ নাথাকে। যিটো ফ্লেটত তেওঁ থাকে তাৰ তলতে তেওঁৰ এখন সৰু দোকান আছে।তেওঁ সদায় সোনকালে দোকানখন খোলে।সেই ফ্লেটৰে এদল উদণ্ড ল’ৰাই সদায় ৰাতিপুৱা দোকানৰ সন্মুখৰ ৰাস্তাত ক্ৰিকেট খেলা আৰম্ভ কৰে। প্ৰায়েই বল বুলা দাৰ দোকানৰ ভিতৰত সোমায়। স্বাভাৱিকতেই এই ঘটনাত তেওঁৰ বৰ খং উঠে আৰু তেওঁ ল’ৰাবোৰক তাত খেলিবলৈ মানা কৰে। কিন্তু ক’ত আৰু তেওঁৰ কথা শুনিব ল’ৰাহঁতে, সিহঁতে তাতেই খেলি থাকে। এইবোৰ দেখি কাকো একো ক’ব নোৱাৰি
Read more