প্ৰশান্তি-শুভ বৰা শইকীয়া
: মা,এয়া চোৱা চোন। আজি আমাৰ দ্বিতীয় সামূহিক পৰীক্ষাৰ বহী দিছে।তুমি চহী কৰি দিয়াৰ পিছত আকৌ চাৰৰ হাতত ঘূৰাই দিব লাগিব। : ভাল হৈছে সোণটো।আগলৈ আৰু ভাল কৰিবলৈ যত্ন কৰিবা। : মা ,আৰু বেছি ভাল ফলাফল দেখুৱাবলৈ মই কেই ঘণ্টা পঢ়িব লাগিব? : এতিয়া যদি অষ্টম শ্ৰেণীত চাৰি ঘণ্টা সময় পঢ়িছা নৱম শ্ৰেণীলৈ উত্তীৰ্ণ হোৱাৰ পিছত ছয় ঘণ্টা সময় পঢ়িব লাগিব।সময় বঢ়োৱাৰ নিচিনাকৈ মোৰ কথাবোৰত আগতকৈ বেছি গুৰুত্ব দিয়াৰ লগতে সময়মতে খোৱা ,শোৱা আৰু উঠাতো গুৰুত্ব দিব লাগিব। : মা,
Read more