অৱসৰ-সংগীতা পাচনি
নীলকান্ত গোঁহাই ভাৰতীয় ষ্টেট বেংকৰ এজন বেংক মেনেজাৰ আছিল। চাকৰিৰ পৰা অৱসৰ লোৱা আজি ছয় মাহ হ’ল। এই ছয় মাহ তেওঁ দেখিছে তেওঁৰ লগত পত্নী আইতুৱে যেনেকৈ ব্যস্ত হৈছিল এতিয়া দুই পুত্ৰ-বোৱাৰী আৰু তিনিওটি নাতিক লৈ সেই একে ব্যস্ততাৰ সীমা নাই। সুদীৰ্ঘ ৩৭ বছৰ কাল নীলকান্ত গোহাঁয়ে অসমৰ বিভিন্ন বেংকত কৰ্মজীৱন পাৰ কৰিলে। বৰ্তমান তেওঁ নিগাজিকৈ থাকিবলৈ লোৱা চহৰখনৰ বেংকটোত অৱসৰ লোৱাৰ আগৰ চাৰিবছৰ একেৰাহে কাৰ্যনিৰ্বাহ কৰিলে। তেওঁলোকৰ তিনি সন্তান অবিনাশ, কিশোৰ আৰু একমাত্ৰ জীয়ৰী নন্দিনী। নন্দিনীক বিয়া দিছে মৰিগাঁৱলৈ।
Read more